দেশত ১ লাখ অতিক্ৰম কৰ’নাত মৃতকৰ সংখ্যা

- দেশত ১ লাখ অতিক্ৰম কৰ’নাত মৃতকৰ সংখ্যা
- বৰ্তমানলৈ দেশত কৰ’নাত আক্ৰান্ত ৬৪,৭১,৯৩৪জন লোক
- বৰ্তমানলৈ দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ১ লাখ ৮৭৫ গৰাকী
- দেশত বৰ্তমানলৈ আৰোগ্য ৫৪,২৫,০৭৭ গৰাকী
- দেশত প্ৰতিদিনে মৃত্যু সহস্ৰাধিক লোকৰ
- বিশ্বৰ ভিতৰতে সৰ্বাধিক ভাৰতৰ মৃতকৰ হাৰ