Local, Vocal, Global

এদিনত ১ লাখ আক্ৰান্তৰ দিশে ভাৰত

♦️দেশত ৪৭ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা

♦️বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৯৪,৩৭২ গৰাকী

♦️বৰ্তমানলৈ ভাৰতত কৰ’নাত আক্ৰান্ত ৪৭ লাখ ৫৪ হাজাৰ ৩৫৬গৰাকী

♦️বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৩৭ লাখ ২ হাজাৰ ৫৯৫ গৰাকী

♦️দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭৮ হাজাৰ ৫৮৬ গৰাকী

♦️সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৯ লাখ ৭৩ হাজাৰ ১৭৫ গৰাকী

♦️দেশত শনিবাৰে ১০ লাখ ৭১ হাজাৰ ৭০২ লোকৰ স্বোৱাব টেষ্ট সম্পন্ন