Local, Vocal, Global

ভয়ংকৰ! ভাৰতত এদিনতে আক্ৰান্ত ৮৬,৪৩২ গৰাকী

♦️দেশত অব্যাহত কৰ’নাৰ ভয়াৱহতা
♦️ভাৰতত ৪০ লাখ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা
♦️এদিনতে আক্ৰান্ত ৮৬,৪৩২ গৰাকী
♦️ভাৰতত বৰ্তমানলৈ আক্ৰান্ত ৪০ লাখ ২৪ হাজাৰ১৭৯ গৰাকী
♦️ভাৰতত বৰ্তমান সুস্থ হৈছে ৩১ লাখ ৭ হাজাৰ ২২৩ গৰাকী
♦️বৰ্তমানলৈ মৃত্যু হৈছে ৬৯,৫৬১ গৰাকী
♦️সম্প্ৰতি ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৮ লাখ ৪৬ হাজাৰ ৩৯৫ গৰাকী