Local, Vocal, Global

দেশত প্ৰতি দুদিনত ১ লাখকৈ আক্ৰান্ত

  • দেশত প্ৰতি দুদিনত ১ লাখকৈ আক্ৰান্ত
  • এসপ্তাহত ক’ভিড পজিটিভৰ সংখ্যা ২০% বৃদ্ধি
  • ২৪ ঘন্টাত ভাৰতত আক্ৰান্ত ৪৯,৯৩১ গৰাকী,মৃত্যু ৭০৮ লোকৰ
  • এই পৰ্যন্ত দেশত মুঠ আক্ৰান্ত ১৪.৮২ লাখ,মৃতকৰ সংখ্যা ৩৩,৪৩৭ গৰাকী
  • বিশ্বৰ ভিতৰতে ভাৰতত কৰ’নাৰ দ্ৰুততম সংক্ৰমণ
  • বিশ্বত এই পৰ্যন্ত আক্ৰান্ত ১.৬৫ কোটি,মৃতকৰ সংখ্যা ৬.৫৩ লাখলৈ বৃদ্ধি