আমেৰিকা, ব্ৰাজিলক চেৰাই এদিনত আক্ৰান্তৰ শীৰ্ষত ভাৰত

- আমেৰিকা, ব্ৰাজিলক চেৰাই এদিনত আক্ৰান্তৰ শীৰ্ষত ভাৰত
- দেশত ২৪ ঘন্টাত আক্ৰান্ত ৫২,৯৭২ গৰাকী, এদিনত মৃত্যু ৭৭১ লোকৰ
- এইপৰ্যন্ত দেশত কৰ’নাত আক্ৰান্ত ১৮,৫২,১৫৬গৰাকী, মৃত্যু ৩৮,৯৬৯ লোকৰ
- বিশ্বত সৰ্বমুঠ ১,৮৩,৫১,১৩৭ আক্ৰান্ত, মৃতকৰ সংখ্যা ৬,৯৪,৯১৫ লৈ বৃদ্ধি