Local, Vocal, Global

দেশত উদ্বেগজনকভাৱে বৃদ্ধি কৰ’নাত মৃত্যুৰ সংখ্যা

  • দেশত উদ্বেগজনকভাৱে বৃদ্ধি কৰ’নাত মৃত্যুৰ সংখ্যা
  • অসমত অভিলেখ গঢ়ি ২৪ ঘন্টাত ১৯ গৰাকীৰ মৃত্যুৰ বিপৰীতে দেশত এদিনত মৃত্যু ৯০৪ গৰাকীৰ
  • দেশত ২৪ ঘন্টাত আক্ৰান্ত ৫৬,২৮২ গৰাকী
  • এই পৰ্যন্ত ভাৰতত ১৯,৬৭,৭০০ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪০,৭৭২ গৰাকীৰ মৃত্যু
  • বিশ্বজুৰি আক্ৰান্ত ১,৯০,০৮,৪২০ লোক,মৃত্যুৰ সংখ্যা ৭,১১,৯০৬ লৈ বৃদ্ধি