Local, Vocal, Global

দেশত ১৭ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যা

50
  • দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৭ লাখ অতিক্ৰম।
  • ২৪ ঘন্টাত আক্ৰান্ত ৫৪,৮৬৫ গৰাকী,এদিনত ৮৫২ লোকৰ মৃত্যু।
  • এইপৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত ১৭,৫১,৯১৯ গৰাকী, মৃত্যু ৩৭,৪০৩ গৰাকী।
  • বিশ্বজুৰি এইপৰ্যন্ত আক্ৰান্ত ১৮,০১৩,১৮৯ গৰাকী,মৃত্যুৰ সংখ্যা ৬,৮৮,৭১৮লৈ বৃদ্ধি।