দেশত ২০ লাখ অতিক্ৰম আৰোগ্য ৰোগীৰ সংখ্যা
- ভাৰতত ভয়ংকৰ হাৰত সংক্ৰমণ কৰ’না ভাইৰাছৰ
- বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৬৪,৫৩১গৰাকী লোক
- দেশত বৰ্তমান কৰ’নাত আক্ৰান্তৰ ৰোগীৰ সংখ্যা ২৭,৬২,২৭৩ গৰাকী
- দেশত বৰ্তমান সুস্থ ৰোগীৰ সংখ্যা ২০,৩৭,৮৭০ গৰাকী
- ২৪ ঘন্টাত দেশত সুস্থ ৬০ সহাস্ৰাধিক ৰোগীৰ
- দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ৫২,৮৮৯ গৰাকীৰ
- সম্প্ৰতি দেশত চিকিৎসাধীন অৱস্থাত আছে ৬,৭৬,৫১৪ গৰাকী