দেশত অব্যাহত কৰ’নাৰ কালৰূপ

- দেশত অব্যাহত কৰ’নাৰ কালৰূপ
- ২৪ ঘন্টাত দেশত আক্ৰান্তগৰাকী ৬০,৯৬৩ গৰাকী
- ২৪ ঘন্টাত দেশত সুস্থ ৰোগীৰ সংখ্যা ৫৬,১১০ গৰাকী
- ভাৰতত আক্ৰান্তৰ মুঠ সংখ্যা ২৩ লাখ ২৯হাজাৰ ৬৩৮ গৰাকীলৈ বৃদ্ধি, মৃত্যু ৪৬,০৯১গৰাকীৰ
- দেশত বৰ্তমানলৈ আৰোগ্য ৰোগীৰ সংখ্যা ১৬লাখ ৩৯হাজাৰ ৫৯৯ গৰাকী
- বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৬লাখ ৪৩হাজাৰ ৯৪৮ গৰাকী