Local, Vocal, Global

দেশত কৰ’নাত মৃত্যুৰ সংখ্যা ৪০ হেজাৰ অতিক্ৰম

  • দেশত কৰ’নাত মৃত্যুৰ সংখ্যা ৪০ হেজাৰ অতিক্ৰম
  • ২৪ ঘন্টাত ভাৰতত আক্ৰান্ত ৫২,৫০৯ গৰাকী,৮৫৭ লোকৰ মৃত্যু
  • এইপৰ্যন্ত ভাৰতত ১৯,৬০,৮৬৫ লোক আক্ৰান্ত,মৃত্যুৰ সংখ্যা ৪০,৭৩৯ লৈ বৃদ্ধি
  • কৰ’নাত আক্ৰান্তৰ সংখ্যা এসপ্তাহ ধৰি দৈনিক ৫০ হেজাৰ অতিক্ৰম
  • যোৱা দুদিনত দেশত কমিছে সংক্ৰমণৰ হাৰ
  • বিশ্বত মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে ৭ লাখ
  • এই পৰ্যন্ত বিশ্বত ১,৮৮,৩৭,৬৮০ লোক আক্ৰান্ত,মৃত্যুৰ সংখ্যা ৭,০৭,২২৬ লৈ বৃদ্ধি