ভাৰতত ২৪ ঘন্টাত পুনৰ আক্ৰান্তৰ অভিলেখ Uncategorized By MyNews Bureau Last updated Aug 21, 2020 58 Share দেশত ২৪ ঘন্টাত আক্ৰান্তৰ পুনৰ অভিলেখ। এদিনত ২৮,৭০১ আক্ৰান্ত,৫০০ গৰাকীৰ মৃত্যু। ভাৰতত এই পৰ্যন্ত আক্ৰান্ত ৯,০৬,৬১৭ গৰাকী,মৃত্যু ২৩,৭২৭ গৰাকীৰ। বিশ্বত আক্ৰান্ত ১,৩০,৮৪,৮৭২ গৰাকী,মৃত্যু ৫,৭২,৫৫৬ গৰাকীৰ।। 58 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail