Local, Vocal, Global

দেশত এদিনত আক্ৰান্ত ৫০ সহস্ৰাধীক

  • দেশত এদিনত আক্ৰান্ত ৫০ সহস্ৰাধীক,২৪ ঘন্টাত কৰ’নাত মৃত্যু ৭৭৯ গৰাকীৰ
  • নতুনকৈ আক্ৰান্ত ৫২,২৪৯ গৰাকী সহ ভাৰতত এই পৰ্যন্ত ১৫,৮৪,৩৮৪ গৰাকী আক্ৰান্ত
  • মৃত্যুৰ সংখ্যা ৩৫,০০৩ গৰাকীলৈ বৃদ্ধি
  • বিশ্বত এইপৰ্যন্ত ১৭,১৮৪,৭৭০ লোক আক্ৰান্তৰ বিপৰীতে ৬৭০,১৫২ গৰাকীৰ মৃত্যু