Local, Vocal, Global

কৰ’নাৰ জটিল গ্ৰাসত দিল্লী

  • দৈনিক গড়ে ১৫ হাজাৰ আক্ৰান্তৰে ভাৰতত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ
  • দেশত এই পৰ্যন্ত ৪৪০,৬৮৫ গৰাকী আক্ৰান্ত
  • ২৪ ঘন্টাত ৪৪৫ গৰাকীৰ মৃত্যুসহ দেশত এইপৰ্যন্ত কৰ’নাত মৃত্যু ১৪,০১৫ গৰাকীৰ
  • তামিলনাডুক চেৰাই দেশৰ শীৰ্ষ আক্ৰান্ত ৰাজ্যৰ তালিকাত দ্বিতীয় স্থানত দিল্লী
  • দেশৰ ৰাজধানীত আক্ৰান্তৰ সংখ্যা ৬২,৬৬৫লৈ বৃদ্ধি,মৃত্যু ২,২৩৩ গৰাকীৰ
  • ১,৩৬,০০০ আক্ৰান্তৰে দেশত কৰ’নাৰ সৰ্বাধিক সংহাৰ মহাৰাষ্ট্ৰত
  • বিশ্বত ২৪ ঘন্টাত ১,৮৩,০০০ আক্ৰান্ত,৪,৭৪২ গৰাকীৰ মৃত্যু
  • এইপৰ্যন্ত বিশ্বত সৰ্বমুঠ আক্ৰান্ত ৯,১৯৩,১৪৮ গৰাকী, ৪৭৪,৪৬৬ গৰাকীৰ মৃত্যু