Local, Vocal, Global

ভাৰতত এদিনত কৰ’নাত আক্ৰান্ত ৩৭,৭২৪ গৰাকী

  • ভাৰতত এদিনত কৰ’নাত আক্ৰান্ত ৩৭,৭২৪ গৰাকী
  • ২৪ ঘন্টাত দেশত মৃত্যু ৬৪৮ গৰাকীৰ
  • দেশত এই পৰ্যন্ত ১২,৩৮,০১৩ লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
  • ভাৰতত কৰ’নাত প্ৰাণ গ’ল ২৯,৮৮৭ লোকৰ
  • বিশ্বত মুঠ আক্ৰান্ত ১,৫২,২০,৫৬৮ গৰাকী
  • বিশ্বজুৰি কৰ’নাত মৃত্যু ৬,২২,৪৯২ গৰাকীৰ