Local, Vocal, Global

অবিৰতভাবে অব্যাহত কৰ’নাৰ কালৰূপ

  • দেশত ২৪ ঘন্টাত আক্ৰান্ত প্ৰায় ২৫ হাজাৰ লোক
  • ভাৰতত ৮ লাখৰ কাষ চাপিল আক্ৰান্তৰ সংখ্যা
  • এই পৰ্যন্ত দেশত মুঠ আক্ৰান্ত ৭,৯৪,২০০গৰাকী, মৃত্যু ২১,৬২২ গৰাকীৰ
  • মহাৰাষ্ট্ৰ,তামিলনাডু,কৰ্ণাটক,দিল্লী,তেলেংগানা,উত্তৰ প্ৰদেশ,গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশত ব্যাপক বিভীষিকা
  • এই ৮ ৰাজ্যত মুঠ আক্ৰান্তৰ ৯০ শতাংশই সক্ৰিয় ৰোগী
  • কৰ’নাত মৃত্যু ঘটা ৮৬% মহাৰাষ্ট্ৰ,দিল্লী,তামিলনাদু,উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ
  • দেশত কৰ’নাত এইপৰ্যন্ত সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰ,তামিলনাডু আৰু ৰাজধানী দিল্লী
  • বিশ্বত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১,২২,৭৪,৬৫৭ লৈ বৃদ্ধি
  • বিশ্বজুৰি কৰ’নাত মৃত্যু ৫,৫৫,৪৬৫ গৰাকীৰ