Local, Vocal, Global

ভাৰতত অব্যাহত কৰ’নাৰ ভয়াৱহতা

58
  • ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যা ৭ লাখ ৬৯ হাজাৰ ৫২ গৰাকী  বৃদ্ধি
  • দেশত মৃতকৰ সংখ্যা ২১ হাজাৰ ১৪৪ গৰাকীলৈ বৃদ্ধি
  • বুধবাৰৰ দিনটোত আক্ৰান্ত প্ৰায় ২৫ হাজাৰ ৫৬০ গৰাকী লোক
  • বুধবাৰৰ দিনটোতে মৃত্যু ঘটিছে ৪৯১ গৰাকী লোকৰ
  • বৰ্তামান ভাৰতত আক্ৰান্তৰ তৃতীয় স্থানত
  • আমেৰিকা, ব্ৰাজিলৰ পাছতে ভাৰতত সৰ্বাধিক আক্ৰান্ত জুনত
  • সৰ্বাধিক ৩১ লাখ ৫৮ হাজাৰ ৯৩২ গৰাকী আক্ৰান্তৰে আমেৰিকা শীৰ্ষত
  • ১৭ লাখ ১৬ হাজাৰ ১৯৬গৰাকী আক্ৰান্তৰে  দ্বিতীয় স্থানত ব্ৰাজিল