Local, Vocal, Global

দেশত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা

58
  • দেশত ২০,০০০ হোৱাৰ পথত কৰ’নাত মৃতকৰ সংখ্যা
  • ২৪ ঘন্টাত আক্ৰান্ত ২৪ সহস্ৰাধীক, ৪৪২ গৰাকীৰ মৃত্যু
  • ভাৰতত এই পৰ্যন্ত ৬,৭২,৭০০ গৰাকী আক্ৰান্ত,মৃত্যু ১৯,২৮০ গৰাকীৰ
  • দেশত সৰ্বাধীক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ১,৯২,৯৯০ গৰাকীলৈ বৃদ্ধি,মৃত্যু ৮,৩৭৬ গৰাকীৰ
  • ১,০২,৭২১ আক্ৰান্তৰে দ্বিতীয় স্থানত থকা তামিলনাদুত ১,৩৮৫ গৰাকীৰ মৃত্যু
  • তৃতীয় স্থানত থকা দেশৰ ৰাজধানী দিল্লীত ৯৪,৬৯৫ গৰাকী আক্ৰান্ত,মৃত্যু ২,৯২৩ গৰাকীৰ
  • সমগ্ৰ বিশ্বত এই পৰ্যন্ত সৰ্বমুঠ ১,১২,৯১,৭৫৭ গৰাকী আক্ৰান্ত,বিশ্বজুৰি ৫,৩০,৯৫৬ গৰাকীৰ মৃত্যু