Local, Vocal, Global

কৰ’নাৰ ৰম্যভূমিত পৰিণত ভাৰত

  •  কৰ’নাৰ ৰম্যভূমিত পৰিণত ভাৰত
  •  ২৪ ঘন্টাত দেশত ২১,৪৩০গৰাকী আক্ৰান্ত, মৃত্যু ৪৩৪গৰাকীৰ
  •  দেশত এইপৰ্যন্ত ৬,২৬,৭০০গৰাকী আক্ৰান্ত, ১৮,২২৬গৰাকীৰ মৃত্যু
  •  আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ তৃতীয় স্থানত থকা ৰাছিয়াতকৈ ৫০ হাজাৰ কম হৈ আছে ভাৰতত সংক্ৰমিতৰ সংখ্যা
  • দেশৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ১,৮০,২৯৮গৰাকী আক্ৰান্ত  ৮,০৫৩গৰাকীৰ মৃত্যু
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত মুম্বাইত ১৪৪ ধাৰা জাৰি
  • ৰাজধানী দিল্লীত ৯০ হাজাৰ আক্ৰান্ত ২,৮০৩গৰাকীৰ মৃত্যু
  • বিশ্বত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৯,১৮,৬৩০লৈ বৃদ্ধি, বিশ্বজুৰি ৫,২১,৩৭২গৰাকীৰ মৃত্যু