Local, Vocal, Global

IIT গুৱাহাটীত কৰ’নাত আতংক

  • IIT গুৱাহাটীত ৪ গৰাকী কৰ’নাত আক্ৰান্ত।
  • SWAB পৰীক্ষাত ধৰা পৰিছে সংক্ৰমণ।
  • আক্ৰান্ত ববীতা চৌধুৰী,ৰমজান আলি,চুলেইমান আলি
  • এজনৰ নাম জানিব পৰা হোৱা নাই।
  • আক্ৰান্ত সকলৰ ২ গৰাকী IIT গুৱাহাটীৰ অ’ল্ড গে’ষ্ট হাউছ আৰু ২ গৰাকী নিউ গে’ষ্ট হাউছত আছিল।
  • আক্ৰান্ত সকলক MMCH অত ভৰ্তী কৰোৱা হৈছে।
  • ইয়াৰ পূৰ্বেও IIT গুৱাহাটীত ২ জনৰ দেহত ধৰা পৰিছিল সংক্ৰমণ।।