Local, Vocal, Global

গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা !

ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ আন এক সফল অভিযানত।গুৱাহাটীত নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে আৰক্ষীৰ অভিযান। গুৱাহাটী ৰেল ষ্টেচনত চলাই অভিযান।অভিযানৰ অন্তত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। ৪২ কিলোগ্ৰামত গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।জব্দ কৰা গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য ২১ লাখ টকা।বিবেক এক্সপ্ৰেছৰ A1 দবাৰ পৰা জব্দ কৰে গাঞ্জাখিনি।GRPৰ OC প্ৰসেনজিৎ দাসৰ নেতৃত্বত পুৱা চলিছিল অভিযান।আৰক্ষীয়ে ডিমাপুৰৰ পৰা কন্যাকুমাৰীলৈ সৰবৰাহ কৰিব বিচাৰিছিল গাঞ্জাখিনি।