Local, Vocal, Global

অচিৰেই নিযুক্তি প্ৰদান কৰা হ’ব ৩৫,২০৮টা খালি পদ

৩৫,২০৮ টা খালী পদৰ বাবে পৰীক্ষাৰ তাৰিখ ঘোষণা। চৰকাৰী অধিসূচনানুসৰি ঘোষণা হৈছে তাৰিখ। উক্ত নিযুক্তি পৰীক্ষাৰ বাবে ই-কল পত্ৰবোৰ পৰীক্ষাৰ কমেও চাৰিদিন আগতেই ডাউনলোড কৰিবলৈ উপলব্ধ কৰা হ’ব। পৰীক্ষাৰ স্থান আৰু বিনামূলীয়া ভ্ৰমণ কৰ্তৃপক্ষৰ সম্বন্ধে জানিবলৈ পৰীক্ষাৰ দহ দিন আগতেই লিংক উপলব্ধ হ’ব।

আনহাতে ৰে’লৱে নিযুক্তি ব’ৰ্ড আৰ. আৰ. বি য়ে সপ্তম পৰ্যায়ৰ কাৰিকৰী নিযুক্তি পৰীক্ষাৰ তাৰিখ ধার্য্য কৰিছে। কম্পিউটাৰ আধাৰিত এন টি পি চি পৰীক্ষা ২৩,২৪,২৬ আৰু ৩১ জুলাই,২০২১ তাৰিখে অনুষ্ঠিত হ’ব বুলি জনায়।লগতে পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থী সকলে আৰ. আৰ. বি ৰ অফিচিয়েল ছাইটলৈ গৈ চৰকাৰী অধিসূচনা পৰীক্ষা কৰিব পাৰে