কিদৰে ঘোষণা হ’ব HSLC আৰু HS-ৰ ফলাফল?

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন পদ্ধতি-
৪০:৪০:২০ পদ্ধতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিৰ্ধাৰণ কৰা হ’ব
৪০ শতাংশ হ’ব নৱম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাৰ নম্বৰ
অন্য ৪০ শতাংশ থাকিব দশম শ্ৰেণীৰ টেষ্ট পৰীক্ষাৰ নম্বৰ, ২০ শতাংশ নম্বৰ প্ৰদান কৰিব বিদ্যালয়সমূহে
ব্যৱহাৰিক পৰীক্ষাৰ পৰা ৩০ শতাংশ নম্বৰ ,১০শতাংশ নম্বৰ দিব বিদ্যালয় আৰু বাকী ১০নম্বৰ দিব শিক্ষা সংসদে
উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৩ বিষয়ৰ পৰা প্ৰদান কৰা হব ৫০ শতাংশ নম্বৰ