জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা ! আহত ১৫ জনকৈ যাত্ৰী …

ডিজিটেল ডেস্ক:-জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা ।জাগীৰোডৰ নগাওঁ কাগজ কলৰ কাষত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ৷সংঘৰ্ষত গুৰুতৰ ভাৱে আহত হয় প্ৰায় ১৫ জনকৈ যাত্ৰী।আহত যাত্ৰী সকলক জাগীৰোড মহাত্মা গান্ধী আদৰ্শ চিকিৎসায়লৈ প্ৰেৰণ ৷৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হৈছে ট্ৰেভেলাৰ খনৰ প্ৰায় ১৫ জনকৈ যাত্ৰী ৷ গুৱাহাটীৰ পৰা নগাঁও অভিমূখী ট্ৰেভেলাৰ খনৰ নম্বৰ AS-12-AC-3361। আৰু গুৱাহাটী অভিমূখী ট্ৰাকখনৰ নম্বৰ AS-01-NC-7286।ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত ।