Local, Vocal, Global

উত্তৰ গুৱাহাটীত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ১৯ আগষ্ট : আৰক্ষীৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এজন যুৱকে।

আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি মহানগৰীত আত্মহত্যা কৰিলে ভূৱনেশ্বৰ পাল নামৰ এজন যুৱকে।

গোচৰ মীমাংসাৰ বাবে ৰহমান উপাধিৰ এজন আৰক্ষীৰ বিৰুদ্ধে ধন দাবীৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

পাৰিবাৰিক কাজিয়া মীমাংসাৰ নামত ৪০ হাজাৰ টকা বিচাৰিছিল ৰহমান উপাধিৰ এজন আৰক্ষী বিষয়াই।