Local, Vocal, Global

৪৮ঘন্টা ধৰি বৃষ্টিপাত, মৃত্যু ২৪গৰাকী

বিগত ৪৮ঘন্টা ধৰি ধাৰাবাহিক বৃষ্টিপাত উত্তৰাখণ্ডত 

  • এই বৃষ্টিপাতৰ ফলত ৰাজ্যখনত সৃষ্টি হৈছে প্ৰলয়ৰ।
  • বানপানীত এতিয়ালৈকে মৃত্যু হৈছে ২৪গৰাকীকৈ লোকৰ।
  • কেইবাঠাইতো ভাৰতীয় সেনাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • বিভিন্ন স্থানত হোৱা ভূমিস্খলনত পোত হৈছে ঘৰ-দুৱাৰ।
  • ৰাজ্যখনৰ ৰেড এৰ্লাট জাৰি কৰিছে প্ৰশাসনে।