Local, Vocal, Global

WATCH | Heated situation : আশ্ৰাফুল ইছলামৰ মৃতদেহ লৈ চাপৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

চাপৰ,১০জুন : আশ্ৰাফুল ইছলামৰ মৃতদেহ লৈ চাপৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।

আৰিমাৰি গাঁৱৰ শতাধিক পুৰুষ মহিলাৰ চাপৰ আৰক্ষী থানাত উপস্থিত।

তিনিজন বন্ধু মিলি আশ্ৰাফুল ইছলাম নামৰ আন এজন বন্ধুক হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি চাপৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি(Heated situation)।

মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ চাপৰ থানাত লৈ অনাত সৃষ্টি হয় এই পৰিৱেশৰ।

দোষীৰ উপযুক্ত শাস্তিৰ দাবীত আত্মীয় আৰু গাঁৱবাসীয়ে মৃতদেহ লগত লৈ ঘেৰাও কৰে চাপৰ আৰক্ষী থানা।

চাপৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ, ৰাইজে আটক কৰি দিয়া আচামী কিয় এৰি দিলে আৰক্ষী তাক লৈ তীব্ৰ ক্ষোভ।

লগতে পঢ়ক : WATCH | Chapar News : ক্ৰমাৎ যেন উত্তপ্ত হৈ পৰিছে চাপৰৰ আৰিমাৰীৰ পৰিস্থিতি