WATCH | Heated situation : ভোটকেন্দ্ৰত গুণ্ডাগিৰি কৰি গণপ্ৰহাৰৰ সন্মুখীন আপ নেতা নুৰুল আমিন চৌধুৰী
নিউজ ডেস্ক,৮মে’ : ভোটকেন্দ্ৰত গুণ্ডাগিৰি কৰি গণপ্ৰহাৰৰ সন্মুখীন আপ নেতা নুৰুল আমিন চৌধুৰী।
চামগুৰি সমষ্টিৰ ৰৌমাৰী-ৰূপহী পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে এই অঘটন(Heated situation)।
নুৰুল আমিন চৌধুৰীয়ে নিজা বাহনৰ পৰা লাঠি উলিয়াই মুকলেচুৰ ৰহমানক প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে৷
মুকলেচুৰ ৰহমান বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
লগতে পঢ়ক : WATCH | Heated situation : মঙলদৈ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি