WATCH | Heat Wave : আজি গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ
নিউজ ডেস্ক,১২জুন : সাৱধান ৰাজ্যবাসী!
আজি গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ।
গৰমৰ বাবে জাৰি এলাৰ্ট।
১১জুনৰ পৰা ১৫ জুনলৈ ৰাজ্যৰ ৮ জিলাৰ জনতালৈ ভয়াৱহ গৰমৰ সতৰ্কবাণী।
আজি দ্বিতীয় দিন(Heat Wave)।
দেশৰ অধিকাংশ ৰাজ্যত হিটৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলার্ট।
নগাঁও, কার্বি-আংলং, হোজাই, বাক্সা, ডিমা-হাচাও,তামুলপুৰ, ওদালগুৰি আৰু মৰিগাওঁ জিলালৈ ভয়াৱহ গৰমৰ সতৰ্কবাণী।
প্রায় ৪০ ডিগ্রী তাপমাত্রাই দহিব পাৰে এই ৮ জিলাৰ জনতাক।
পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নোলাব।
লগতে পঢ়ক :WATCH | NRC News : ‘NRCত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’