Local, Vocal, Global

গৰু পোৱালীক খুন্দিয়াই বাগৰিল ট্ৰাক

  • কামৰূপৰ বংশৰত ভয়ংকৰ পথ দূৰ্ঘটনা
  • এটা গৰু পোৱালীক খুন্দিয়াই পথৰ দাঁতিত বাগৰি পৰিল এখন ইটা ভৰ্তি ট্ৰাক
  • দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ নম্বৰ AS 01 CC  5787
  • শুৱালকুছি – গুৱাহাটী সংযোগী গড়কাপ্তানি পথৰ বংশৰত সংঘটিত হৈছে এই দূৰ্ঘটনা
  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে ৫ জনকৈ লোক
  • আহত লোকসকলক শুৱালকুছি FRU চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।