Local, Vocal, Global

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ গাঞ্জা

  • পল্টন বজাৰ ৰে’ল ষ্টেচনত জব্দ গাঞ্জা
  • জব্দ ১২ কেজি ওজনৰ ৭ পেকেট গাঞ্জা
  • ৰে’ল আৰক্ষীৰ তালাচী অভিযানত জব্দ গাঞ্জাখিনি
  • গাঞ্জাসহ আৰক্ষীৰ আটক দুজনক
  • আটকাধীন দুজন ক্ৰমে ৰাজেশ মণ্ডল আৰু অংকিত কুমাৰ
  • ৰাজধানী এক্সপ্ৰেছ যোগে নি থকা হৈছিল গাঞ্জাখিনি