Local, Vocal, Global

গুৱাহাটী IIT কৰ’নাৰ আতংক

 

  • গুৱাহাটী IITৰ সঞ্চালকৰ অবিবেচক কাণ্ড
  • ভৰিৰে মোহাৰিছে কোৱাৰেনন্টাইনৰ সকলো নীতি নিয়ম
  • বাংগালুৰৰ পৰা আহি সঞ্চালক টি জি চিঠাৰমনে হোৱা নাই কোৱাৰেনন্টাইন
  • তিনি মাহ অন্তত বাংগালুৰৰ পৰা গুৱাহাটীলৈ উভতি আহিছে
  • গুৱাহাটীলৈ এই সপ্তাহতে  উভতি  আহিছে  টি জি চিঠাৰমন
  • সভা-সমিতিয়েও অংশ গ্ৰহণ কৰিছে সঞ্চালক গৰাকীয়ে
  • অংশ লৈছিল ৰমেশ পোখৰিয়ালৰ ভিডঅ’ কনফাৰেন্সিঙত
  • শংকিত হৈছে গুৱাহাটী IIT-ৰ ৩০০০ আৱাসী