Local, Vocal, Global

গুৱাহাটীত মহানগৰীত ভয়ংকৰ ঘটনা

#Lockdownৰ মাজতে গুৱাহাটীত মহানগৰীত ভয়ংকৰ ঘটনা।
#ঘৰৰ বাহিৰত কাম কৰি থাকোতে হত্যা কৰি মৃতদেহ পেলাই দিলে পদূলিত।
#হত্যাকাণ্ড সংঘটিত কৰি দুৰ্ঘটনাৰ ৰূপ।
#নিহত যুৱকজনৰ নাম ৰাতুল দাস।
#হায়াত হাস্পতালৰ কৰ্মচাৰী আছিল যুৱকজন।
#ফটাশিল আমবাৰীৰ চেগুনবাৰীত সংঘটিত এই ঘটনা।
#বিনোদ ৰাজবংশী নামৰ যুৱকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।
#অভিযুক্ত হত্যাকাৰীক এতিয়াও আটক কৰা নাই ফটাশিল আৰক্ষীয়ে।
#ন্যায় বিচাৰি মাতৃৰ হিয়া ভগা কান্দোন।