Local, Vocal, Global

পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

  • আজিৰ পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা
  • ফেৰীত কেৱল যাত্ৰীহে যাতায়ত কৰিব পাৰিব
  • বাইক আৰু গাড়ী নিয়াৰ ক্ষেত্রত প্ৰশাসনৰ নিষেধাজ্ঞা
  • যাত্ৰী সকলে মানি চলিব লাগিব ক’ভিড-১৯ৰ সকলো নীতি নিয়ম
  • কেৱল ৫০% যাত্ৰীহে যাব পাৰিব ফেৰীত,
  • যাত্ৰায়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক
  • ছেনিটাইজ কৰা হৈছে ফেৰী সমূহত
  • মাত্র ৪গৰাকী যাত্ৰী লৈ উত্তৰ গুৱাহাটীলৈ গ’ল প্ৰথমখন ফেৰী