<ul> <li>গুৱাহাটীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ নিষিদ্ধ হেৰইন</li> <li>অভিযানত ১১ পেকেট ড্ৰাগছৰ সৈতে ৫০ হাজাৰ টকা আৰু এটা মোবাইল জব্দ</li> <li>ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ ফটাশিল আমবাৰীৰ শংকৰ নগৰৰ মিনা কুমাৰীৰ নামৰ এগৰাকী মহিলা</li> </ul>