Local, Vocal, Global

গোলাঘাটত ক’ৰনা আতংক

  • গোলাঘাটত ক’ৰনা আক্ৰান্ত দুজন লেৱ টেকনিচিয়ান
  • গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কৰ্মী দুয়োজন
  • শ্বহীদ কুশল  কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মোবাইল মেডিকেল ইউনিটৰ লেৱ টেকনিচিয়ান
  • গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮৯ জন ৰোগী
  • লেৱ টেকনিচিয়ান দুজনে বিগত সময়ত প্ৰায় দুশৰো অধিক লোকৰ SWAB গ্ৰহণ কৰিছিল
  • দুয়োজনৰে পৰিচয় এতিয়াও লাভ কৰা নাই