গোলাঘাটত ক’ৰনা আতংক

- গোলাঘাটত ক’ৰনা আক্ৰান্ত দুজন লেৱ টেকনিচিয়ান
- গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কৰ্মী দুয়োজন
- শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মোবাইল মেডিকেল ইউনিটৰ লেৱ টেকনিচিয়ান
- গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮৯ জন ৰোগী
- লেৱ টেকনিচিয়ান দুজনে বিগত সময়ত প্ৰায় দুশৰো অধিক লোকৰ SWAB গ্ৰহণ কৰিছিল
- দুয়োজনৰে পৰিচয় এতিয়াও লাভ কৰা নাই