Local, Vocal, Global

Four BJP MLAs to take oath as ministers in Assam cabinet today:আজি শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৪ নতুন মন্ত্ৰীয়ে

নিউজ ডেস্ক,৭ডিচেম্বৰ: আজি শপত গ্ৰহণ কৰিব ৪ নতুন মন্ত্ৰীয়ে।

মন্ত্ৰী হিচাপে শপত ল’ব বিজেপিৰ ৪ বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে

দিনৰ ১২ বজাত শপত গ্ৰহণ অনুষ্ঠান(Four BJP MLAs to take oath as ministers in Assam cabinet today)

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাব শপতবাক্য।

লগতে পঢ়ক :Unfortunate death of a baby elephant: চাহ বাগিচাৰ নলাত পৰি হাতী পোৱালিৰ কৰুণ মৃত্যু