Local, Vocal, Global

কেন্দ্ৰীয় ফৰমাৰ মন্ত্ৰী অজিৎ সিং আৰু নাই

কেন্দ্ৰীয় ফৰমাৰ মন্ত্ৰী অজিৎ সিং আৰু নাই, কভিড ১৯ ৰ ফলত মৃত্যু হয়।
অজিৎ সিংৰ পুত্ৰই টুইট যোগে কয়–তেওঁ শেষলৈকে তেওঁৰ অৱস্থাৰ সৈতে যুঁজিছিল আৰু আজি ৰাতিপুৱা শেষ নিশ্বাস ত্যাগ কৰে ।
কেইবাখনো চৰকাৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু ভাৰতৰ অন্যতম জ্যেষ্ঠ ৰাজনীতিবিদ অজিৎ সিংৰ বৃহস্পতিবাৰে ৮২ বছৰ বয়সত মৃত্যু হয় ।
চৌধুৰী অজিৎ সিংহ ২০ এপ্ৰিলত কোভিদ পজিটিভ ধৰা পৰিছিল আৰু আজি ৬ মে শেষ নিশ্বাস ত্যাগ কৰে