Local, Vocal, Global

ৰাজ্যৰ ভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ

305
  • উজনি-নামনিত বানৰ সংহাৰ
  • ভূটানে পুনৰ এৰিলে কুৰিশ্বু বান্ধৰ পানী
  • পানী এৰাৰ ফলত বৃদ্ধি পাইছে বেঁকী নদীৰ জলস্তৰ
  • প্ৰতি ছেকেণ্ডত এৰিছে ১৭০০ কিউবিক মিটাৰ পানী
  • ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈ আছে বেঁকী নৈৰ পানী
  • বৰপেটা, চিৰাং, বাক্সাত ভয়াৱহ বানৰ আশংকা
  • বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ, পহুমাৰা, কালদিয়া নৈৰ পানী
  • আনফালে নলবাৰীতো বানৰ ভয়াৱহ ৰূপ
  • শিয়ালমাৰীত চিঙিল মৰা পাগলাদিয়া নদীৰ মথাউৰি
  • শিয়ালমাৰী বালিকে ধৰি প্ৰায় ১০খনকৈ গাঁও প্লাৱিত
  • বানত বুৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো
  • কাৰ্বি পাহাৰলৈ গতি কৰিছে বন্যপ্ৰাণীসমূহ
  • একাংশ বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত
  • বেৰিকেড গঢ়ি বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ চেষ্টা বন কৰ্তৃপক্ষৰ
  • ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে
  • বানৰ প্ৰকোপ বাঢ়িলে গ্ৰহণ কৰিব টাইম কাৰ্ডৰ ব্যৱস্থা