Local, Vocal, Global

কামপুৰ কচুৱা মাধৱপাৰাত বন্যাৰ্তৰ প্ৰতিবাদ

  • কামপুৰ কচুৱা মাধৱপাৰাত বন্যাৰ্তৰ প্ৰতিবাদ ৷
  • বানে জুৰুলা কৰাৰ পাছতো চৰকাৰে যোগান ধৰা সাহায্যৰ পৰা বঞ্চিত হোৱা অভিযোগ স্থানীয় ৰাইজৰ  ৷
  • মাধৱপাৰা পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্য আৰু কেইজনমান স্থানীয় নেতাৰ বিৰুদ্ধে সাহায্য আত্মসাৎ কৰাৰ অভিযোগ ৷
  • অসম চৰকাৰ হায়, হায়, আমাক ৰিলিফ লাগিবই আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সাহায্যৰ পৰা বঞ্চিত পুৰুষ মহিলাই ৷