Local, Vocal, Global

Final Delimitation order: প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

নিউজ ডেস্ক,১১আগষ্ট : প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। অসমৰ ১৯টা বিধানসভা সমষ্টিৰ নাম সলনি। আজি ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তালিকা অনুসৰি ১৯টা বিধানসভা সমষ্টিৰ নাম সলনি কৰা হ’ল।

নতুন তালিকা অনুসৰি বিধানসভাৰ আসন ১২৬খন আৰু লোকসভাৰ আসন পূৰ্বৰ দৰেই ১৪খনেই থাকিব। আজি প্ৰকাশ কৰা তালিকা অনুসৰি

দক্ষিণ শালমাৰা সমষ্টিৰ নতুন নাম হ’ল মানকাচৰ সমষ্টি

এটা লোকসভা সমষ্টিৰ নাম সলনি হ’ল

প্ৰস্তাৱিত দৰং লোকসভাৰ নাম সলনি হৈ দৰং-ওদালগুৰি হ’ল

হাজোৰ নাম সলনি হৈ নতুন নাম হ’ল হাজো-শুৱালকুছি

মানকাচৰ সমষ্টিৰ নাম নতুন হ’ল বীৰ সিং জাৰোৱা

মাণিকপুৰৰ নাম সলনি হৈ হ’ল সৃজনগ্ৰাম

বকোৰ নাম সলনি হৈ নতুন নাম হ’ল বকো-ছয়গাঁও সমষ্টি

গোৱৰ্ধনাৰ নাম সলনি হৈ হ’ল মানস

ডিমা হাচাওৰ নাম সলনি হৈ নতুন নাম হ’ল হাফলং সমষ্টি

আলগাপুৰৰ নাম সলনি হৈ হ’ল আলগাপুৰ-কাটলিচেৰা

ভৱানীপুৰৰ নতুন নাম হ’ল ভৱানীপুৰ-সৰভোগ

ৰূপহীৰ নাম সলনি হৈ হ’ল পকাবেতবাৰী

বটদ্ৰৱাৰ নাম সলনি হৈ নতুন নাম হ’ল ধিং সমষ্টি

নগাঁৱৰ নাম সলনি হৈ নতুন নাম হ’ল নগাঁও- বটদ্ৰৱা

চতিয়া সমষ্টিৰ নাম সলনি হৈ হ’ল নদুৱাৰ সমষ্টি

চাবুৱাৰ নাম হ’ল চাবুৱা-লাহোৱাল

মৰাণৰ নাম সলনি হৈ হ’ল খোৱাং সমষ্টি

বদৰপুৰৰ নাম সলনি হৈ হ’ল উত্তৰ কৰিমগঞ্জ

উত্তৰ কৰিমগঞ্জৰ নাম সলনি হৈ হ’ল দক্ষিণ কৰিমগঞ্জ

দক্ষিণ কৰিমগঞ্জৰ নাম সলনি হৈ হ’ল পাথাৰকান্দি সমষ্টি

ৰাতাবাৰী সমষ্টিৰ নাম সলনি হৈ নতুন নাম হ’ল ৰামকৃষ্ণ নগৰ

লগতে পঢ়ক :Rahul Gandhi over flying kiss in Parliament: মাৰ যোৱা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ফ্লাইং কিছ’ বিতৰ্ক