Ferry Services : আজিৰে পৰা বন্ধ সকলো চৰকাৰী জাহাজ
![](https://mynewsne.com/wp-content/uploads/2025/01/noname-100-750x430.jpg)
নিউজ ডেস্ক,৯জানুৱাৰী : মাঘ বিহুৰ প্ৰাকক্ষণত মাজুলীবাসীৰ বাবে আহিল এটা দুখবৰ
আজিৰে পৰা বন্ধ সকলো চৰকাৰী জাহাজ।
কমলাবাৰী-অফলামুখ ফেৰীঘাটত বন্ধ চৰকাৰী ফেৰীসেৱা(Ferry Services)।
জল পৰিবহণ বিভাগে যোগান দিব পৰা নাই ডিজেল।
NRLক টকা দিব নোৱাৰাৰ বাবেই বন্ধ কৰি দিছে তেলৰ যোগান।
লগতে পঢ়ক :Gyanada Kakati Passes Away: বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান