Local, Vocal, Global

অবৈধ সুৰাৰ বিৰুদ্ধে দৰঙত আবকাৰী বিভাগৰ অভিযান…

দৰঙত আবকাৰী বিভাগৰ সফল অভিযান।মঙলবাৰে দৰঙত আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে অভিযান চলায়।অভিযান চলাই আবকাৰী বিভাগে বুজন পৰিমাণৰ চুলাই মদ নষ্ট কৰে।
অভিযানকালত দলটোৱে প্ৰায় ২০০০ লিটাৰ চুলাই মদ নষ্ট কৰে।
খবৰ অনুসৰি, দৰং জিলাৰ বিভাগে ছিপাঝাৰৰ তেহমতুলা আৰু বানিয়াপাৰা অঞ্চলত এই অভিযান চলাইছিল।