ৰাজ্যত পুনৰ এনকাউণ্টাৰ- আৰক্ষীৰ গুলীত আহত ১ জন

নিউজ ডেস্ক, ৪ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে এনকাউণ্টাৰৰ ঘটনা। চৰাইদেউ জিলাৰ সোণাৰিত আৰক্ষীৰ গুলীত আহত এজন। আহত যুৱকজনৰ নাম সূৰজ গগৈ। গুলীবিদ্ধ যুৱকজনক এএমচিএইছ- ত ভৰ্তি কৰোৱা হৈছে। উগ্ৰপন্থী হোৱাৰ সন্দেহত গুলীচালনা কৰে আৰক্ষীয়ে।
উগ্ৰপন্থী সংগঠনৰ লগত জড়িতৰ সন্দেহত যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল।