Local, Vocal, Global

শিক্ষা বিভাগৰ নতুন SOP জাৰি

# শিক্ষা বিভাগৰ নতুন SOP জাৰি
# পৰ্যায়ক্ৰমে অসমৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত
# ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ পাঠদান
# সপ্তাহত তিনিদিন অনুস্থিত হ’ব পাঠদান
# ১ম,২য় আৰু৩ য় শ্ৰেণীৰ পাঠদান সোমবাৰ,বুধবাৰ আৰু শুক্ৰবাৰ
# ৪ৰ্থ আৰু ৫ম শ্ৰেণীৰ পাঠদান মঙলবাৰ,বৃহস্পতিবাৰ আৰু শণিবাৰে
# ষষ্ঠ শ্ৰেণীৰ পাঠদান সোমবাৰ,বুধবাৰ আৰু শুক্ৰবাৰ
# সপ্তম শ্ৰেণীৰ পাঠদান মঙলবাৰ,বৃহস্পতিবাৰ আৰু শণিবাৰে
# অষ্টম শ্ৰেণীৰ পাঠদান বুধবাৰ, শুক্ৰবাৰ আৰু শণিবাৰে অনুষ্ঠিত হ’ব
# ইফালে ১অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম শ্ৰেণীৰ পাঠদান
# ৬ অক্টোবৰৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান
# এটা শাখাত সৰ্বাধিক ৩০ জন শিক্ষাৰ্থী থাকিব পাৰিব
# প্ৰতি সপ্তাহৰ দেওবাৰে চেনিটাইজ কৰিব লাগিব বিদ্যালয় সমূহ