Local, Vocal, Global

গুৱাহাটীত ভাৰতীয় নিৰ্বাচন আয়োগ

ডিজিটেল ডেস্ক: লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত ভাৰতীয় নিৰ্বাচন আয়োগৰ দল।
পোনে পোনে ৰাওনা হৈছে হোটেল ৰেডিছন ব্লুলৈ।
হোটেল ৰেডিছন ব্লুত সংবাদমেল সম্বোধন কৰিব নিৰ্বাচনী আয়োগৰ দলটোৱে।
অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম পূৰ্ণগতিত।