Local, Vocal, Global

৫.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী

  • তথ্যমতে ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৫.৬।
  • ভূগৰ্ভৰ ১৫০ কিলোমিটাৰ তলত হৈছিল ভূকম্পন।
  • মাজনিশা ১২ বজাত ভূমিকম্পৰ জোঁকাৰণি।
  • কেইবা ছেকেণ্ড ধৰি আছিল জোঁকাৰণি।
  • ম্যানমাৰৰ সমীপত ভূমিকম্পৰ অভিকেন্দ্ৰ।