Earthquake in Assam: গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি (Earthquake in Assam)
দেওবাৰে বিয়লি ২ বাজি ৫৮ মিনিটত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হ’ল এক মৃদু ভূমিকম্পৰ জোকাৰণি
ভুমিকেন্দ্ৰটোৰ উৎসস্থল মেঘালয়ৰ মাইৰাভ বুলি জানিব পৰা গৈছে
৪.৭ প্ৰাবল্যৰ এই ভুমিকম্পৰ জোকাৰণি ভাৰত আৰু বাংলাদেশৰ বিভিন্ন প্ৰান্তত অনুভূত হোৱা বুলি নেশ্যনেল চেন্তাৰ ফৰ চিচম’লজিয়ে জানিবলৈ দিছে