Local, Vocal, Global

Drugs peddler arrested along with drugs: ছয়গাঁও আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান;অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এজনক আটক

নিউজ ডেস্ক,৭ডিচেম্বৰ : ছয়গাঁও আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।

অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এজনক আটক ।

আটকাধীন ধৃত সৰবৰাহকাৰীটো ছলেমান আলী বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs) ।

জোৰশিমলুৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।

সৰবৰাহকাৰীটোৰ পৰা জব্দ ৩০টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

লগতে পঢ়ক :Four BJP MLAs to take oath as ministers in Assam cabinet today:আজি শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৪ নতুন মন্ত্ৰীয়ে