Local, Vocal, Global

Dhing News :ধিঙত দুই বিজেপি নেতাক অপহৰনৰ দুৰ্বৃত্তৰ!

নিউজ ডেস্ক,৩ডিচেম্বৰ : ধিঙত নিৰাপত্তাহীনতাত ভুগিছে জিলা পৰ্যায়ৰ দুই বিজেপি নেতা। দুই বিজেপি নেতাক অপহৰনৰ দুৰ্বৃত্তৰ। দাবী কৰা ধন নিদিয়াৰ বাবেই অপহৰনৰ নেতা দুগৰাকীক।

সোমবাৰে নিশা বিজেপিৰ দুই নেতাক অপহৰণ কৰি মাৰপিট কৰাৰ লগতে মৃত্য়ুৰ ভাবুকি প্ৰদান কৰে পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে।দুৰ্বৃত্তৰ দলটোৱে মাৰপিট কৰি থকা সময়তে পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা কৰে অজিত দাস নামৰ বিজেপি নেতা গৰাকীয়ে।

জানিব পৰা মতে, দূৰ্বৃত্বৰ দলটোৱে এটি চৰকাৰী আচঁনিৰ কামৰ নামত দাবী কৰা চাৰি লাখ টকা নিদিয়াৰ বাবেই অপহৰণ কৰি প্ৰানে মৰাৰ চেষ্টা কৰিছিল।
ঘটনা সন্দৰ্ভত জড়িত দুই দুৰ্বৃত্তক ক্ৰমে লক্ষেশ্বৰ নাথ আৰু মৌছম নাথ(Dhing News)।

ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।

লগতে পঢ়ক :Complaint against controlar goods seller:হিতাধিকাৰীৰ চাউল আত্মসাৎ সুলভ মূল্যৰ দোকানৰ দোকানীৰ